top of page
সৰল বিশ্লেষণাত্মক পদাৰ্থ বিজ্ঞান

সৰল বিশ্লেষণাত্মক পদাৰ্থ বিজ্ঞান

SKU: ISBN 9788194993520

কিতাপখনৰ বিষয়ে

  • NCERT ৰ Physics ৰ Text book তথা AHSEC ৰ Syllabus ৰ সৈতে মিলাই ষ্টুডেণ্টে সহজে বুজি পোৱাকৈ সহজ-সৰল ভাষাত সংক্ষিপ্ত আৰু সুগঠিতভাবে কিতাপখন লিখিবৰ চেষ্টা কৰা হৈছে ৷ নিজৰ শিক্ষা জীৱন আৰু শিক্ষকতা জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি যিমান পাৰি কম শব্দত প্ৰয়োজনীয় ধাৰণাখিনি সংক্ষিপ্ত আৰু পোনপটিয়াভাবে ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজি মনত ৰাখিব পৰাকৈ লিখা হৈছে ৷

  • কিতাপখন বিশেষকৈ সেইসকল মৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লিখা হৈছে যিসকলে ফিজিক্স টান পায় আৰু ফিজিক্স আতংক হৈ পৰিছে ৷

  • অসমীয়া কিতাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অধ্যায় অনুসৰি JEE আৰু AIEEE ৰ আগৰ পৰীক্ষাবোৰৰ প্ৰশ্নসমূহ অসমীয়ালৈ অনুবাদ কৰি দিয়া হৈছে ৷

  • প্ৰতিটো অধ্যায়েৰে বিভিন্ন ধাৰণাৰ ৰোমন্থন কৰি পুনৰাবৃত্তি কৰিবৰ বাবে অধ্যায়বোৰৰ শেষত অন্যান্য প্ৰশ্নৰ লগতে গাণিতীক সমৰ্থতা বৃদ্ধিৰ বাবে কনচেপ্ত নিৰ্ভৰ সাংখ্যিক প্ৰশ্ন দিয়া গৈছে ৷

  • লগতে আগৰ HS Final পৰীক্ষাৰ প্ৰশ্নসমূহ অধ্যায় অনুযায়ী ভাগ ভাগ কৰি দিয়া হৈছে ৷

    ₹450.00Price
    Product Page: Stores_Product_Widget
    bottom of page